অধ্যায় ১ঃ বিষাদ যোগ : Gita Audio in Assamese (Chapter 1)
Gita Audio in Assamese (Chapter 1 to 4) · অধ্য়ায় ১ঃ বিষাদ যোগ : Gita Audio in Assamese (Chapter 1) শ্ৰীমদ্ভাগৱত গীতাৰ এই Audio সমূহ Geeta Gyaan Assamese, এই Youtube চেনেলটোৰ পৰা সংগ্ৰহ কৰা হৈছে। Channelটোৰ Link: https://www.youtube.com/channel/UCxohOy5_jFPnpyBoiqxnA7A চেনেলটোত থকা Videoবোৰত অধ্যায়বোৰ Part হিচাপে বিভিন্ন অংশত বিভক্ত আছে, সেই Part সমূহ সংগ্ৰহ কৰি সংযোগ (Editing) কৰি সম্পূৰ্ণ গীতাখনৰ সৰ্বমুঠ ১৮ টা অধ্যায় প্ৰকাশ কৰি উলিওৱা হৈছে। মোৰ এই কৰ্ম কোনো ধৰণৰ ধন অৰ্জনৰ উদ্দেশ্যে নহয়। Youtube Channelটোৰ Adminক মই এই সুযোগতে ধন্যবাদ দিছো। Jai Shree Krishna! Hey dear, I never claimed that this is my content. Actually, there is a Youtube Channel "Geeta Gyaan Assamese". I have collected the Audio from there and I mixed it with a little bit of Delay and Reverb, After that, I have Uploaded that MP3 to Soundcloud. And You can Listen to it on my Blogger Website "https://GitaAudioInAssamese.Blogspot.Com" The Original Youtube Channel link: https://www.youtube.com...